ছাগলী মাংসৰ পৰা মাছৰ টেঙালৈ…

55

ছাগলী মাংসৰ পৰা মাছৰ টেঙালৈ… নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ বাবে বিধে বিধে প্ৰস্তুত সুস্বাদু খাদ্য সম্ভাৰ, কি কি আছে মেন্যুত?পঢ়ক সবিশেষ….

১— প্লেন ৰাইচ , জিৰা ৰাইচ, পোলাও
২— ছাগলীৰ মাংস
৩—- মিছা মাছ ভজা
৪—- আদা দিয়া সৰু মাছ
৫— কাৱৈ, মাগুৰ মাছৰ আঞ্জা
৬—- আৰি, ভকুৱা , বৰালিৰ টেঙা আঞ্জা
৭—- চিকেন চুপ বইল
৮— মাহৰ দাইলৰ লগত খাহিৰ তেল
৯- মিক্সড দাইল
১০—- তৰকাৰী
১১– কলফুল ভাজি
১২— ঢেঁকীয়া ভাজি
১৩—- কল পছলা
১৪— সৰু আলু ভাজি
১৫— বৰা ভাজি
১৬— আলু পিটিকা
১৭— পদিনা চাটনি
১৮— তিল চাটনি
১৯— অমিতা খাৰ
২০– চালাদ
২১—- মিঠা দৈ
২২— গোপাল জামুন