চীনৰ বিদ্যালয়ত নিউম’নিয়া সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ। একাধিক সংক্ৰমিত শিশুৰে ভৰিছে চিকিৎসালয়। ইয়াকে লৈ বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ মাজত সৃষ্টি হৈছে উদ্বেগৰ। ৰোগ সন্দৰ্ভত চীনৰ পৰা বিতং তথ্য বিচাৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।