চীনত কোভিড সংক্ৰমণ পুনৰ বৃদ্ধিৰ পিছতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আহ্বান চৰকাৰৰ…

74

চীনত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে বুধবাৰে চৰকাৰে নাগৰিকসকলক জনবহুল স্থানত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে।

ক’ভিড-১৯ সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ বৈঠকৰ অন্তত নিটি আয়োগৰ সদস্য ভি কে পলে কয় যে কোমৰবিডিটি থকা লোক বা অধিক বয়সৰ লোকৰ বাবে এইটো অধিক গুৰুত্বপূৰ্ণ।

বিমান পৰিবহণৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো পৰিৱৰ্তন হোৱা নাই বুলিও তেওঁ লগতে কয়।