চিকিৎসাৰ নামত দালালী কৰি থকা চাৰিজন দালালক ধুবুৰী আৰক্ষীয়ে আটক

315

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ নামত দালালী কৰি থকা চাৰিজন দালালক ধুবুৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। বহুদিন ধৰি চিকিৎসা মহাবিদ্যালয়ত খনত দালালৰ দপদপনীত সাধাৰণ জনতাই অতিষ্ঠ হৈ পৰিছিল। এই সংক্ৰান্তত বহুবাৰ বাতৰি ও সম্প্ৰাচাতিত হৈছিল অৱশেষত আজি ধুবুৰী কলেজ নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে চাৰি গৰাকী দালাল আটক কৰে আটকাধীন যুৱক ক্ৰমে- সম্ভু মহতো,(৩৯) আমিনুৰ ৰহমান,(৩১) আৰজু সৰকাৰ(৩২), ফিৰোজ সেখ (২৪) বৰ্তমানে চাৰিজন দালালক ধুবুৰী সদৰ থানাত জেৰা অব্যহত ৰাখিছে বুলি জানিবপৰা গৈছে।