চাঞ্চল্যকৰ! বঙাইগাঁৱত সাংবাদিকৰ বাহনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

336

বঙাইগাঁও জিলাত বুধবাৰে এজন সাংবাদিকৰ বাহনৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ উদ্ধাৰ কৰা হয়।

প্ৰাপ্ত তথ্য মতে, অভয়াপুৰীত হিমাংশু দাস নামৰ সাংবাদিক গৰাকীৰ স্কুটিত উদ্ধাৰ কৰে ড্ৰাগছখিনি।

হিমাংশু এটা ৱেব পৰ্টেলত নিয়োজিত সাংবাদিক আৰু তেওঁৰ হাতত পৰা ১৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছে।