চতিয়াত সংঘটিত নৃশংস হত্যাকাণ্ড। পাষাণ পিতৃৰ চোকা দাৰ ঘাপত মৃত্যু হয় পুত্ৰৰ। উল্লেখযোগ্য যে প্ৰফুল্ল পাটৰে হত্যা কৰিলে ২৫ বছৰীয়া পুত্ৰ প্ৰবীণ পাটৰক। মনাই চাহ বাগিচাৰ ১১ নং লাইনত সংঘটিত হয় এই হত্যাকাণ্ড। হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যেই আৰক্ষীয়ে।
