ঘোষণা হ’ল UPSC ফলাফল
অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন যুৱকে।
কেন্দ্ৰীয় লোকসেৱা আয়োগ ২৩ৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ নগাঁৱলৈ গৌৰব কঢ়িয়াই আনিলে ভাস্বত শইকীয়াই ।
নগাঁৱৰ দিফলুৰ ভাস্বত শইকীয়াই ইউ পি এছ চিৰ পৰীক্ষাত ৫৫২সংখ্যক স্থান লাভ কৰি সাফল্য দেখুৱাবলৈ সক্ষম হৈছে ।
