ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী

139

পুনৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আন এজন চৰকাৰী কৰ্মচাৰী।

এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ ধেমাজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বৰবাবু।

ঘোচ লৈ থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বৰবাবু গোবিন বৰদলৈক।