পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল।
এইবাৰ শোণিতপুৰ জিলাৰ ঠেলামাৰা ৰাজহ চক্ৰৰ লাট মণ্ডলক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।
ধৃত লাট মণ্ডলজনৰ নাম পৰাগ বৰা।
অভিযোগকাৰীৰ পৰা ১৫ হাজাৰ টকাৰ ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডলজন।