সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ চোৰাংচোৱাই শনিবাৰে গুৱাহাটীত দুৰ্নীতিৰ অভিযোগত এজন লাট মণ্ডলক গ্ৰেপ্তাৰ কৰে।
কামৰূপ (মেট্ৰ’)ৰ গুৱাহাটীস্থিত ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লাট মণ্ডল অচ্যুত দাসক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।
ইয়াৰ পূৰ্বে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ চোৰাংচোৱাই যোৱা ১৭ আগষ্টত নলবাৰীত দুৰ্নীতিৰ অভিযোগত এজন লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিছিল।
উৎকোচ বিচৰা আৰু নয়ন বৰ্মন নামৰ দালালৰ জৰিয়তে গ্ৰহণ কৰাৰ অভিযোগত টিহু ৰাজহ চক্ৰৰ দেৱাশীষ বৰ্মনক গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।
