ষ্টাফৰিপোৰ্টাৰ, ২০ মে’ : ঘূৰ্ণীবতাহ আমফানক লৈ অসমতো সতৰ্কবাণী জাৰি কৰা হৈছে।আমফানৰ আগমন হৈ থকাৰ সময়ত অসমতো স্বাভাৱিক বতৰৰ হঠাতে পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। কাছাৰ জিলাত ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগে সতৰ্কবাণী জাৰি কৰিছে। জিলাখনৰ সকলো এছ ডি অ’, চক্ৰ বিষয়া তথা বিভাগৰ মুৰব্বীসকললৈ নিৰ্দেশনা জাৰি কৰি এই সময়ছোৱাত অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।আনহাতে কাছাৰ জিলাৰ লগতে বাক্সা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, নলবাৰী আৰু কামৰূপ জিলাত ধাৰাসাৰ বৰষুণ আৰু বতাহ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।
Latest article
ট্ৰুকলাৰে আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়াইছে ৰিয়েল-টাইম কলাৰ আইডি
আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে আইঅ’এছ ১৮.২ আৰু নতুন সংস্কৰণলৈ ৰিয়েল টাইম কলাৰ আইডি আৰু স্পেম ব্লকিং সুবিধা প্ৰৱৰ্তন কৰি ট্ৰুকলাৰে নিজৰ আটাইতকৈ উল্লেখযোগ্য আপডেট মুকলি...
অসম আইটিআই পৰিৱেশ তন্ত্ৰ সন্মিলনত যুৱক-যুৱতীসকলৰ বাবে ভৱিষ্যতৰ বাবে সাজু আৰু সেউজ দক্ষতাৰ ওপৰত...
অসমৰ নিয়োগ আৰু প্ৰশিক্ষণ সঞ্চালকালয়ৰ সহযোগত ফিউচাৰ ৰাইট স্কিলছ নেটৱৰ্ক(এফআৰএছএন)ৰ উদ্যোগত উদ্যোগ জগতৰ নেতা, নীতি নিৰ্ধাৰক, শিক্ষাৰ্থীসকলক একত্ৰিত কৰি দক্ষতা বিকাশৰ ভৱিষ্যতৰ বিষয়ে আলোচনা...
উত্তৰ পূৰ্বাঞ্চলে পালে প্ৰথমগৰাকী ইউনিকৰ্ণ: NESFBৰ অসাধাৰণ পৰিবৰ্তন
মউত্তৰ পূৰ্ব ক্ষুদ্ৰ বিত্তীয় বেংক (NESFB) এক নাটকীয় পৰিবৰ্তনৰ মাজেৰে গৈছে, যি কেৱল ১.৫ বছৰ আগতে অপাৰেশ্বনেল অকাৰ্যক্ষমতা আৰু বিত্তীয় অৱস্থাৰ অস্থিতিশীলতাৰ লগত সংগ্ৰাম...