গ্ৰেপ্তাৰ হ’ব পাৰে APCCৰ সভাপতি ভূপেন বৰা

141

কাইলৈ গ্ৰেপ্তাৰ হ’ব পাৰে APCCৰ সভাপতি ভূপেন বৰা৷ গ্ৰেপ্তাৰ কৰিলেই আন্দোলনৰ বাবে সাজু প্ৰদেশ কংগ্ৰেছ৷ তাৎক্ষণিকভাৱে জে’ল ভৰো কাৰ্যসূচী গ্ৰহণৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ৷ সকলো জিলা আৰু ব্লক কংগ্ৰেছ কমিটীলৈ নিৰ্দেশনা জাৰি৷ জিলা-ব্লক কংগ্ৰেছৰ সকলো নেতা-কৰ্মীলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ।