গোৰেশ্বৰত গোৰেশ্বৰ আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান

136

গোৰেশ্বৰত গোৰেশ্বৰ আৰক্ষী মৃদুল হাজৰিকাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান।

গোপন সুত্রৰ পম খেদি বৃহস্পতিবাৰে লোক্ৰা বড় নগৰত এক অভিযান চলাই।

অভিযান কালত আৰক্ষীৰ দলটোৱে ১ কিলো গাঞ্জাৰ লগতে ব্যবসায় লগত ব্যবহাৰ কৰা সামগ্রী জব্দ কৰে। গাওঁখনত দীর্ঘদিন ধৰি ব্যৱসায় চলাই থকা দেবেন নাথ নামৰ লোক এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ইয়াৰ পিছতে গোৰেশ্বৰ আৰক্ষীয়ে ব্যৱসায় চলাই থকা ব্যক্তি গৰাকীক আটক কৰি এক গোচৰ ৰুজু কৰে।

যদিহে সেই অঞ্চলত কোনে লোকে এনেদৰে ব্যৱসায় চলাই থাকে আৰক্ষীক খৱৰ দি সহায় কৰিৱলৈ আহ্বান কৰে আৰক্ষী বিষয়া গৰাকীয়ে।