গোলাঘাট সমষ্টিৰ বাবে বিজেপিৰ হৈ মনোনয়ন পত্ৰ দাখিল অজন্তা নেওগৰ

45

গোলাঘাটত  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা । ৯৫ নং গোলাঘাট বিধান সভা সমষ্টিৰ  বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ হৈ প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ । আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজক লৈ অজন্তা নেওগে মনোনয়ন দাখিল কৰা পিছতে গোলাঘাটত প্ৰচাৰ অভিযানত নামে বিজেপিৰ । হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে  এই পদযাত্ৰা গোলাঘাট সমন্বয় ক্ষেত্ৰ পৰা জিলা কংগ্ৰেছৰ কায্যালয়ৰ সন্মুখেৰে নগৰৰ মাজেদি বাহিৰ কৰে ।