গোলাঘাটত আৰক্ষীৰ বৃহৎ সফলতা

185

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা। ডিমাপুৰৰ পৰা সৰবৰাহ কৰা ৩ কোটি টকাৰ ড্ৰাগছ জব্দ। নাজিম শ্বেখ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ আৰক্ষীৰ। ৫৭টা চাবোনৰ বাকচত কৌশলেৰে লুকুৱাই আনিছিল হেৰ’ইন।