গুৱাহাটী মহানগৰীৰ বুকুত কালাপাহাৰ চাইকেল ফেক্টৰী ট্ৰেফিক পইণ্টৰ সন্মুখত ইছা পোৰ্টত সংস্থাপন হৈছে এক উচ্চ কাৰিকৰী আৰু শক্তিসম্পন্ন ইছা ষ্টুডিঅ’। প্ৰতিভাবান কণ্ঠশিল্পী ইছা দাসৰ পিতৃ সমাজসেৱী, অভিনেতা কিশোৰ কুমাৰ দাসৰ একক প্ৰচেষ্টাৰে সংস্থাপিত শব্দ ষ্টুডিঅ’ক লৈ আশা প্ৰকাশ কৰে আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে।ইপিনে কণ্ঠশিল্পী অনুপম শইকীয়াই অসমত প্ৰথমবাৰৰ বাবে ৫.১ শক্তিসম্পন্ন শব্দৰ সকলো পাৰিভাষিক মিশ্ৰণ ষ্টুডিঅ’টোত সম্পন্ন হোৱাত অসমৰ সাস্কৃতিক ক্ষেত্ৰত সহায়ক হোৱাৰ কথা প্ৰকাশ কৰে।
Latest article
নিজ্জৰৰ অভিযোগৰ প্ৰতিশোধ স্বৰূপে ভাৰতে বহিষ্কাৰ কৰিছে ৬ কানাডিয়ান কূটনীতিবিদক
ভাৰতে ২০২৩ৰ জুন মাহত খালিস্তানৰ সমৰ্থক হৰদীপ সিং নিজ্জৰ হত্যাৰ সৈতে ভাৰতীয় কূটনীতিবিদক জড়িত কৰি কানাডাৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত ষ্টুৱেৰ্ট ৰছ হুইলাৰকে...
ইডিৰ গুৱাহাটী কাৰ্যালয়ত অভিনেত্ৰী তামান্না ভাটিয়াক সোধা-পোছা
বৃদ্ধি পাইছে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াৰ বিপদ। অভিনেত্ৰীগৰাকী মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে। সেয়ে অভিনেত্ৰীগৰাকীক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গুৱাহাটীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে...
নাগৰিকত্ব আইনৰ ধাৰা ৬ (ক) কি?
উচ্চতম ন্যায়ালয়ে ১৯৮৫ চনৰ অসম চুক্তি স্বাক্ষৰৰ পিছত নাগৰিকত্ব আইন ১৯৫৫ ত অন্তৰ্ভুক্ত কৰা ধাৰা ৬(ক) বাহাল ৰাখিছে। ১৯৮৫ চনৰ অসম চুক্তিৰ অধীনত (যিটো...