গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই

76

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই।

আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ।

ৰাজভৱনত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ ঘনপতি ডেকাৰ।

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ ।

ৰাজ্যপালে শপত গ্ৰহণ কৰোৱালে তিনিওগৰাকী নৱনিযুক্ত উপাচাৰ্যক।

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।