গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তিনি চিকিৎসক “কভিড-১৯” ত আক্ৰান্ত

105

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তিনি চিকিৎসক “কভিড-১৯” ত পৰীক্ষাত পিজিটিভ ধৰা পৰিছে। তেওঁলোক ক্ৰমে ডাঃ আদিত্য কৃষ্ণা,ডাঃ ৰাকেশ পাটিল আৰু
ডাঃ চিৰঞ্জীৱ শৰ্মা। উল্লেখ ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা ৩৬৯৩ লৈ বৃদ্ধি পাইছে।