গুৱাহাটীৰ অম্বিকাগিৰী নগৰত বিধ্বংসী অগ্নিকাণ্ড। দপদপাই জ্বলিল এটা বাসগৃহ। ত্ৰিবেণী পথৰ হাউছ নং ৬৪ত এই অগ্নিকাণ্ড। কথমপি প্ৰাণ ৰক্ষা সিদ্ধাৰ্থ শইকীয়া নামৰ লোকজনৰ। অগ্নিনিৰ্বাপক বাহিনীৰৰ তৎপৰতাত নিৰ্বাপণ জুই।