গুজৰাটত হাজাৰ হাজাৰ টকাৰ ড্ৰাগছ জব্দ

9

গুজৰাটত ৫ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ, ৫ জনক আটক।দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ ক’কেইন জব্দ কৰিবলৈ সক্ষম হৈছে । সূত্ৰ খবৰ অনুসৰি, গুজৰাটৰ অংকলেশ্বৰত দিল্লী আৰু গুজৰাট আৰক্ষীয়ে যৌথ অভিযান চলাইছিল । এই অভিযানত প্ৰায় ৫০০০ কোটি টকাৰ কমেও ৫১৮ কিলোগ্ৰাম ক’কেইন জব্দ কৰে আৰক্ষীয়ে ।