গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলা!

336

অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।

আৰু এইবাৰ গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলা

SOG,CRIME BRANCH,আৰু হাতীগাঁও আৰক্ষীয়ে সিজুবাৰী প্ৰগতি পথত অভিযান চলাই।

উল্লেখযোগ্য যে অভিযানত আৰক্ষীয়ে জব্দ কৰে ৭:৫ কেজি গাঞ্জা,নগদ ৪ লাখ ৩৩ হাজাৰ ৮০০ টকা আৰু ম’বাইল ফোন।

জানিব পৰা মতে ভাড়াৰুমত বাহৰ পাতি ব্যৱসায় চলোৱা ময়ুৰী বেগমক গ্ৰেপ্তাৰ কৰে হাতীগাঁও আৰক্ষীয়ে।

আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।