গদাধৰ নৈত নাও ডুবি নিৰুদ্দিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ।
উল্লাহ বস্ক নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ SDRFৰ।
নিশা গদাধৰ নৈ পাৰ হওঁতেই নাও ডুবি নিৰুদ্দেশ হৈছিল লোকজন।
মাঝিপাৰা পাৰঘাটৰ পৰা সাজোৱাৰকুটিলৈ গৈ থকা সময়তে হৈছিল এই ঘটনা।