খালিস্তানী নেতা গুৰপটৱন্ত সিংৰ হত্যাক লৈ ক্ষুব্ধ আমেৰিকা

10

খালিস্তানী নেতা গুৰপটৱন্ত সিং পান্নুনৰ হত্যাৰ ষড়যন্ত্ৰক লৈ ক্ষুব্ধ আমেৰিকা। RAWৰ এজেণ্ট বিকাশ যাদৱক ম’ষ্ট ৱাণ্টেড ঘোষণা আমেৰিকাৰ। আমেৰিকান চোৰাংচোৱা সংস্থা FBIৰ জাননী জাৰি। বিকাশ যাদৱক অপৰাধী ঘোষণা কৰি পোষ্টাৰ প্ৰকাশ FBIৰ। বিকাশ যাদৱে পান্নুনক হত্যাৰ বাবে ১ লাখ ডলাৰত ঠিক কৰিছিল ছুপাৰি কিলাৰ। পান্নুন আছিল নিষিদ্ধ সংগঠন শিখ ফৰ জাষ্টিছৰ নেতা। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ দাবী – ভাৰতৰ হৈ কাম নকৰে বিকাশ যাদৱে।