কয়লা সৰবৰাহকাৰী ট্ৰাকত তিনিচুকীয়া আৰক্ষীৰ গুলিচালনা

321

চাবুৱাৰ ৱাইপাছত কয়লা সৰবৰাহকাৰী ট্ৰাকত তিনিচুকীয়া আৰক্ষীৰ গুলিচালনা ।

কেইবাবাৰু গুলিচালনা কৰাৰ ফলত পথৰ কাষত বাগৰি যায় কয়লাভৰ্ট্ৰী ট্ৰাকখন ।

আৰক্ষীয়ে কিয় তিনিচুকীয়াৰ পৰা খেদি আহি AS 25 CC 7750 ট্ৰাকখনত গুলিচালনা কৰিলে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ।

বৰ্তমানসময়লৈকে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য দিয়াৰ পৰা আতৰি আছে তিনিচুকীয়া আৰক্ষী ।

ড্ৰাইভাৰজনৰ গাত গুলি লগা নাই যদিও আৰক্ষীয়ে ড্ৰাইভাৰজনক আটক কৰিছে।