ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে আন এটা সুখবৰ৷
শীঘ্ৰে মুকলি হ’ব নলবাৰীত নিৰ্মীয়মাণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল ষ্টেডিয়াম৷
১০ হাজাৰৰো অধিক দৰ্শকে একেলগে বহি উপভোগ কৰিব পাৰিব খেল৷
নলবাৰীৰ সৰিয়হতলীত পূৰ্ণগতিত চলিছে জিলা ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য ।