● জন্মাষ্টমী উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
● টুইটযোগে তেওঁ দেশবাসীক জনায় জন্মাষ্টমীৰ শুভকামনা।
● উল্লেখ্য যে, কোৰোনা আতংকৰ মাজতে এইবাৰ দেশবাসীয়ে পালন কৰিব জন্মাষ্টমী।