কোৰোনাত আক্ৰান্ত হৈ বিজেপিৰ এগৰাকী বিধায়কে হেৰুৱালে প্ৰাণ।
ৰায়বেৰেলীৰ সলোন বিধানসভা সমষ্টিৰ তিনিবাৰকৈ বিধায়ক হোৱা বিজেপি বিধায়ক ৰাম নৰেশ ৰাৱটৰ মৃত্যু।
কোৰোনাত আক্ৰান্ত হৈ কেইবাদিনো ধৰি চিকিতসাধীন অৱস্থাত আছিল বিধায়কগৰাকী।
১৫ দিন ধৰি ক’মাতো আছিল বিধায়কগৰাকী।
অৱশেষত স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু মৃত্যুক সাৱটি লয়।