কোৰোনাত আক্ৰান্ত বিধায়ক ৰূপেশ গোৱালা

108

কোৰোনাত আক্ৰান্ত হৈছে ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা। মঙ্গলবাৰে বিধায়কগৰাকীৰ দেহত ধৰা পৰে কোভিডৰ সংক্ৰমণ।

জানিব পৰা মতে, সামান্য জ্বৰ-কাহত ভুগি থকা ৰূপেশ গোৱালাৰ মঙ্গলবাৰে ৰেপিড এন্টিজেন টেষ্ট কৰা হয় আৰু ৰিজাল্ট পজিটিভ আহে।

বৰ্তমান বিধায়ক গৰাকী হোম আইচোলেচন হৈ আছে আৰু স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।