কোভিড আক্ৰান্ত হৈ দেশত পুনৰ ৩,৪১৭ জনৰ মৃত্যু

79
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

ভাৰতত প্ৰতিদিনে ভয়ংকৰ হাৰত সংক্ৰমণ ঘটিছে কোৰোনাৰ। যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ৩,৬৮,১৪৭ জন লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে এই সময়ছোৱাত মৃত্যুক সাৱটি লৈছে ৩,৪১৭ গৰাকী কোভিড আক্ৰান্ত ৰোগীয়ে।

স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যৰ মতে, যোৱা ২৪ ঘণ্টাত ৩ লাখ কোৰোনা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে। কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ইতিমধ্যে কেইবাখনো ৰাজ্যই লকডাউনৰ পোষকতা কৰিছে।