কোভিডত আক্ৰান্ত ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ
খোদ শচীনে টুইট কৰি ৰাজহুৱা কৰিলে এই কথা
নিজা বাসগৃহত কোৱাৰাণ্টাইন হোৱাৰ কথা প্ৰকাশ
পত্নী, কন্যা, পুত্ৰ নিগেটিভ বুলি উল্লেখ কৰে
কোভিড মুক্ত হ’বৰ বাবে সাৱধানতা অৱলম্বন কৰা বুলি কয়