কেৰেলাত মহাপ্ৰলয়।এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেৰালাৰ ৱায়নাডত যেনিয়ে-তেনিয়ে কেৱল মৃতদেহ আৰু মৃতদেহ। ভয়ংকৰ ভূস্খলনৰ পাছত এতিয়াকৈ ৱায়নাডত ৩৫৮গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে। এতিয়া ৩০০লোকৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। ইফালে ১৮৭গৰাকী লোক আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে।
Latest article
ভাৰত-কানাডাৰ সম্পৰ্কত মেলিছে ফাট
যোৱা বছৰ জুনত কানাডাৰ নাগৰিক তথা খালিস্তানি নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ পিছত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই হত্যাকাণ্ডত ভাৰত জৰিত আছে বুলি অভিযোগ তুলিছিল।...
অসমৰ পাঁচ সমষ্টিত ১৩ নৱেম্বৰত উপ-নিৰ্বাচন
জল্পনা- কল্পনাৰ পৰিল অন্ত। লোকসভা নিৰ্বাচনৰ পিছত খালি হৈ ৰোৱা অসমৰ পাঁচটা বিধানসভা সমষ্টিত কেতিয়ালৈ উপ-নিৰ্বাচন আৰম্ভ হ'ব তাক লৈ চলি আছিল জল্পনা- কল্পনা।...
জাতিগত হিংসাৰ মাজতে দিল্লীত কুকি- মেইটেই সম্প্ৰদায়ৰ প্ৰথম বৈঠক
যোৱা এবছৰ ধৰি মণিপুৰত চলি থকা জাতিগত হিংসাৰ মাজত মঙলবাৰে দিল্লীত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত প্ৰথম বাৰ্তালাপ অনুষ্ঠিত হয়। দুয়োটা সম্প্ৰদায়ৰ নেতা আৰু...