কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন

167

Eat Paneer: কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!
‍Benifits of eating Paneer: মেদবহুলতা আজিকালি এক গম্ভীৰ সমস্যা। এইক্ষেত্ৰতো কেঁচা পনীৰ খোৱাটো খুবেই দৰকাৰ। পনীৰত অধিক মাত্ৰাত থকা Linoelic acid য়ে fats burning প্ৰক্ৰিয়া টো দ্ৰুত কৰে।
পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ কেৱল সুস্বাদুয়েই নহয় স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। নিৰামিষাহাৰী লোকৰ বাবে পনীৰ খুৱাটো খুবেই দৰকাৰ। পনীৰ হ’ল প্ৰচুৰ পৰিমাণৰ প্ৰ’টিনৰ উৎস। পনীৰত চেলেনিয়াম( selenium) ,কেলচিয়াম আৰু পটেছিয়াম পোৱা যায়। ইয়াত থকা পটেছিয়াম স্মৃতি শক্তি ৰ বাবে খুব ভাল। চেলেনিয়ামে প্ৰজনন ক্ষমতা বঢ়ায়।

ব্যস্ততাভৰা জীৱনত হতাশা আৰু ক্লান্তি আঁতৰাবলৈ শৰীৰক পুষ্টিকৰ খাদ্যৰ দৰকাৰ। কেঁচা পনীৰ এইক্ষেত্ৰত খুব লাভদায়ক।