কৃষক নেতা ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱাল ‘কভিড-১৯’ত পিজিটিভ

87

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ কৃষক নেতা ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱাল ‘কভিড-১৯’ত পিজিটিভ পোৱা গৈছে। এতিয়াও ফলাফল অহা নাই কৃষক নেতা অখিল গগৈৰ।