কৃষক নেতা অখিল গগৈৰ “ক’ভিড-১৯”ৰ ফলাফল নিগেটিভ

118

ষ্টাফৰিপৰ্টাৰ, কৃষক নেতা অখিল গগৈৰ “ক’ভিড-১৯”ৰ ফলাফল নিগেটিভ আহিছে। দিল্লীৰ পৰা আহিল স্বাব পৰীক্ষাৰ ৰিপ’ৰ্ট। কৰ’নাৰ লক্ষণ দেখা দিয়াৰ বাবে কৰা হৈছিল স্বাব পৰীক্ষা। এ জি
টেষ্টত নিগেটিভ হোৱাৰ পাছত দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল নমুনা। এতিয়াও কাৰাগাৰতে জ্বৰ, কাহত আক্ৰান্ত হৈ আছে অখিল গগৈ।