কিয় স্পেইনত জাৰি কৰা হৈছে সান্ধ্য আইন…

61

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে এতিয়া কৰ’নাৰ সংহাৰ ৷ প্ৰতিদিনেই কৰ’নাত আক্ৰান্ত হৈ আছে হাজাৰ হাজাৰ লোক৷ কোনো দেশত যদি কৰ’নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে কোনো ঠাইত আকৌ বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷

স্পেইনত ভয়াবহভাৱে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। স্পেইনত দ্বিতীয় স্তৰ পাইছে গৈ কভিড-১৯য়ে৷ সেয়েহে কভিডৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি স্পেইনত ঘোষণা কৰা হৈছে সান্ধ্য আইন।