কাতি বিহুৰ দিনটোতে মাজুলীত শোকাৱহ ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটিল এজন ছাত্ৰৰ।উল্লেখযোগ্য যে নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ অঞ্জন পায়েং বুলি জানিব পৰা গৈছে। নৈ পাৰ হৈ গাখীৰ আনিবলৈ যাওতে মৃত্যু হয় ছাত্ৰজনৰ।