কাজিৰঙাত পুনৰ পৰ্যটকৰ বাবে আৰম্ভ হাতী ছাফাৰী

107

অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে (২ নৱেম্বৰ) পুনৰ আৰম্ভ হয় হাতী ছাফাৰী।

পশ্চিম বাগৰি, কাজিৰঙা আৰু কঁহৰা ৰেঞ্জৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আৰম্ভ হৈছে হাতী ছাফাৰী।

এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল (KNPTR) ২০২২-২৩ বৰ্ষৰ বাবে ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।