কাছাৰৰ উধাৰবন্দত শোকাৱহ ঘটনা।
ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু।
মৃত লোকজনৰ নাম আজিৰ উদ্দিন।
শুই থকা অৱস্থাত হঠাৎ খহি পৰে দেৱাল।
চলতাকান্দিত সংঘটিত হৈছে এই ঘটনা।
গুৰুতৰভাৱে আহত পৰিয়ালটোৰ কেইবাজনো সদস্য।
ঘটনাক লৈ অঞ্চলজুৰি শোকাকুল পৰিৱেশ।
কাছাৰৰ উধাৰবন্দত শোকাৱহ ঘটনা।
ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু।
মৃত লোকজনৰ নাম আজিৰ উদ্দিন।
শুই থকা অৱস্থাত হঠাৎ খহি পৰে দেৱাল।
চলতাকান্দিত সংঘটিত হৈছে এই ঘটনা।
গুৰুতৰভাৱে আহত পৰিয়ালটোৰ কেইবাজনো সদস্য।
ঘটনাক লৈ অঞ্চলজুৰি শোকাকুল পৰিৱেশ।
