কাছাৰ জিলাত গ্ৰেপ্তাৰ এজন ভুৱা আৰক্ষী বিষয়া। জানিব পৰা মতে, চামিড হুছেইন নামৰ (২২)যুৱকজনে আৰক্ষী বিষয়াৰ দৰে পোছাক পিন্ধি দীৰ্ঘ দিনৰ পৰা বিভিন্ন জনক প্ৰৱঞ্চনা কৰি ধন ঘটি আহিছিল।
ইফালে এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে অভিযান চলাই ভুৱা আৰক্ষী বিষয়জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
