কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ৷ কালাইন উন্নয়ন খণ্ডৰ পাইকান দীঘৰখাল গাঁও পঞ্চায়তৰ সচিব দত্ত৷ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে কৃপাশংকৰৰ বিৰুদ্ধে তৰিছিল গোচৰ৷