কল চেণ্টাৰৰ গোচৰত ৫৩ অভিযুক্তৰ জামিন লাভ

282

কল চেণ্টাৰৰ গোচৰত ৫৩ অভিযুক্তৰ জামিন লাভ। জামিন লাভৰ পাছতে ক্ৰাইম ব্ৰাঞ্চলৈ অভিযুক্তসকল। প্ৰতিসপ্তাহত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ব লাগিব অভিযুক্তই। ২৬ ডিচেম্বৰলৈ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ। অভিযুক্তসকলৰ বেছিভাগেই বহিঃৰাজ্যৰ। গুৱাহাটীৰ হোটেলে হোটেলে বাহৰ পাতিছে অভিযুক্তসকলে।