ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা
২০২২ বৰ্ষৰ গণনাত ২৪ টা গঁড় বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় উদ্যানখনত
পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনত আছিল ১০১টা গঁড়
কিন্তু বৰ্তমান এই সংখ্যা বৃদ্ধি পাইছে ১২৫টালৈ
দেওবাৰ আৰু সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিছিল গঁড় গণনা।
