এসপ্তাহে খবৰ নাই জোৱান ৰিতু বৰাৰ; কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্তব্যৰত অৱস্থাত হৈছিল সন্ধানহীন

85

এসপ্তাহে খবৰ নাই অসম আৰক্ষীৰ ১৬নং বেটেলিয়ানৰ জোৱান ৰিতু বৰাৰ। এসপ্তাহ পূৰ্বে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্তব্যৰত অৱস্থাৰ পৰা সন্ধানহীন হৈ থকা জোৱান গৰাকীৰ সম্ভেদ আজিও লাভ নকৰাত এতিয়া শোকত ভাগি পৰিছে তেওঁৰ টীয়কৰ চাওখাত মৌজাৰ মেলেং লহকক গাঁওখন।

ৰিতু বৰাৰ পিতৃ আৰু স্থানীয় ৰাইজে অসম আৰক্ষীৰ জোৱানগৰাকীৰ সন্ধান উলিয়াবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।