এতিয়াৰে ফোনত হেল্লৰ পৰিবৰ্তে বন্দে মাতৰম ক’ব লাগিব চৰকাৰী কৰ্মচাৰীয়ে…

272

এতিয়াৰে ফোনত হেল্লৰ পৰিবৰ্তে বন্দে মাতৰম ক’ব লাগিব চৰকাৰী কৰ্মচাৰীয়ে।

মহাৰাষ্ট্ৰৰ একনাথ শিন্দে চৰকাৰে জাৰি কৰিছে বিশেষ প্ৰস্তাৱ।

হেল্ল’ শব্দটো পশ্চিমীয়া সংস্কৃতিৰ বুলি উল্লেখ কৰি এই প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ।

এতিয়াৰে পৰা চৰকাৰী ক্ষেত্ৰত বা চৰকাৰী ধনেৰে চলি থকা প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ফোন ৰিচিভ কৰি হেল্ল’ৰ পৰিৱৰ্তে ক’ব লাগিব বন্দে মাতৰম বুলি।

চৰকাৰৰ এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।