এটি ৪ বছৰীয়া কণমানিৰ আহ্বান ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মামালৈ । মামা মোক খোজ কাঢ়িব পৰা কৰি দিয়ক ৷

63

এটি ৪ বছৰীয়া কণমানিৰ আহ্বান ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মামালৈ । মামা মোক খোজ কাঢ়িব পৰা কৰি দিয়ক ৷ এটি ৪ বছৰীয়া কণমানিৰ আহ্বান যে মামাই তেওঁক সুস্থ কৰি তোলক । মামা আহিব বুলি সদায় পদুলিমূখলৈ বাট চাই কামপুৰৰ লুটুমাৰী লংজাপৰ এই গৰাকী কণমানিয়ে । শৰীৰত টিউমাৰৰ দৰে জটিল ৰোগ আৰু খোজ কাঢ়িব নোৱাৰা এই কণমানি জনীয়ে এতিয়া শেষ ভৰষা কৰিছে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ । পিতৃ মাতৃয়ে বহু টকা খৰচ কৰি চিকিৎসা কৰাইছে যদিও সুষ্ঠ হৈ উঠা নাই কণমানিজনী ৷ সুন্দৰ কৈ গীত গাব পাৰে কণমানি জনীয়ে ৷ পৰিয়ালৰ শেষ ভৰষা এতিয়া চৰকাৰ তথা মুখ্যমন্ত্ৰী গৰাকী ৷