এটা ক’লা দিন! আজি অভিশপ্ত ৩০ অক্টোবৰ

400

এটা ক’লা দিন! আজি অভিশপ্ত ৩০ অক্টোবৰ। অভিশপ্ত দিনটোৰ সম্পূৰ্ণ হ’ল ১৫টা বছৰ।সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল অৰ্ধশতাধিকে৷ উল্লেখযোগ্য যে মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীত সংঘটিত হৈছিল বিস্ফোৰণ৷ একেসময়তে বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰতো হৈছিল বিস্ফোৰণ৷ থান-বান হৈছিল বহু পৰিয়ালৰ সপোন, কিন্তু আজিও ন্যায় নাপালে নিহত-আহতৰ পৰিয়ালে৷