এজন ব্যক্তিৰ চিকিৎসাৰ বাবে সহায়ৰ আহবান পৰিয়ালৰ লোকৰ

196

দুই সন্তানৰ পিতৃ যুৱক জনৰ চিকিৎসাৰ বাবে সহায় বিচাৰি পৰিয়ালৰ লোকৰ কাতৰ আহ্বান।কাৰ জীৱনত কেতিয়া নামি আহে অন্ধকাৰ সেয়া কোনেও কব নোৱাৰে। তেনেই এক দুখলগা ঘটনা সংঘটিত হল বাহাৰুল ইছলামৰ জীৱনত।! এবছৰ পূৰ্বে লহৰীয়া ডিপ চৰৰ বাহাৰুলইছলাম আছিল এগৰাকী সুস্থ-সৱল ডেকা।
কিন্তু আজি এই বাহাৰুলৰ ইছলামৰ চাওক কি অৱস্থা ।বাহাৰুল ইছলামৰ আছে দুটা কৈ সন্তান বিগত এবছৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈছে বাহাৰুল । বাহাৰুলৰ চিকিৎসাৰ বাবে যত যি আছিল সকলো সম্বলেই শেষ কৰি মাটি ঘৰ বিক্ৰি কৰি বৰ্তমান থাকে আনৰ ঘৰত ।এতিয়া বাহাৰুলৰ প্ৰয়োজন এক উন্নত চিকিৎসাৰ গতিকে বাহাৰুলক যাতে সকলোৱে সহায়ৰ হাত আগবঢ়াই বাহাৰুলক সুস্থ কৰি তোলাত সহায় কৰে।এই কণ-কণ দুটি সন্তান যাতে পিতৃহীন হব নালাগে।যদি কোনো হৃদয়ৱান ব্যক্তিয়ে বহাৰুলক সহায় কৰিব বিচাৰে তেতিয়াহলে বাহাৰুলৰ পত্নী গোলেজা খাতুন একাউণ্ট নম্বৰ:40489414246
IFSC :SBIN0 5462 নম্বৰত সহায় আগবঢ়াব পাৰে। অথবা 6901106466 নম্বৰত যোগাযোগ কৰিব পাৰে।আপোনাৰ অলপ সহায়ে হয়তো বাহাৰুল পুনৰ সুস্থ হৈ উঠিবও পাৰে।