এছ বি আই লাইফ ইঞ্চুৰেঞ্চৰ “উই কেন উই উইল” এন্থম মুকলি

94

মুম্বাই, ২৭ এপ্ৰিল : এছ বি আই লাইফ ইঞ্চুৰেঞ্চে “উই কেন উই উইল” শীর্ষক ই মতিভ এন্থম মুকলি কৰিছে। দেশত কৰ’না ভাইৰাছৰ বাবে উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কভিড-১৯ ৰ যুঁজিবলৈ সাহস দিবলৈ উই কেন উই উইল” শীর্ষক এই ইমাতিভ এন্থম মুকলি কৰা হৈছে। এই এন্থম হিন্দী, মাৰাঠী, বেংগলী, তালিম, তেলেগু, কানাড়া, মালায়ালম, অসমীয়া আৰু ওড়িয়াত উপলব্ধ হ’ব। এছ বি আইৰ এই পদক্ষেপত সহযোগিতা আগবঢ়োৱাইছে শিল্পী জয়, আইমী আৰু সুনিতা কৌশিকে। এছ বি আই লাইভ ইঞ্চুৰেঞ্চৰ
চিফ অফ ব্ৰেণ্ড এণ্ড কৰ্পোৰেট কমিউনিকেছনছ ৰবীন্দ্ৰ শৰ্মাই এই কথা সদৰী কৰে।