IPL ২০২৪ৰ প্ৰথমখন প্লেঅফত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদ।
ইয়াৰ পাছতে ৰাহুল ত্ৰিপাঠীৰ এখন বিশেষ ফটোক লৈ সামাজিক মাধ্যমত চৰ্চা।
৩৫টা বলত ৫৫ ৰান সংগ্ৰহ কৰি ৰান আউট হৈছিল ত্ৰিপাঠী।