এখন বিদ্যালয়ত মাৰপিটৰ ঘটনা

100

এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাজোৰ হিৰাজনী একদি দক্ষিণ শিঙৰা মধ্য ইংৰাজী বিদ্যালয়ত। বিদ্যালয়ৰ ভিতৰতে প্ৰচণ্ড মাৰপিট একাংশ ছাত্ৰৰ মাজত।
বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত হয় এই কাজিয়া। ফলত গুৰুতভাৱে আহত হয় সপ্তম শ্ৰেণীৰ এজন ছাত্ৰ। এই ঘটনাৰ পাছতে কাজিয়াত লিপ্ত হোৱা ছাত্ৰৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰে কঠোৰ পদক্ষেপ।